বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনে মহতিয়ালে কিশোৰক

অসম সংবাদ,আজাৰা: বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী অচিনাক্ত বাহনে মহতিয়াই নিলে এজন কিশোৰক । কিশোৰজনক ততাতৈয়াকৈ মিৰ্জা চিকিৎসালয়ত ভৰ্তি কৰে যদিও আঘাত অতি গুৰুত্বৰ বাবে GMCHলৈ প্ৰেৰণ কৰে । কিশোৰজনৰ বঙৰা ৰাইবড়ীৰ ধ্ৰুৱ নাথ(১৪) বুলি জানিব পৰা গৈছে । কিশোৰজন অষ্টম শ্ৰেণীত অধ্যায়ণৰত আছিল । আনহাতে বাতৰি লিখালৈকে আৰক্ষীয়ে গাড়ীখন ধৰিব পৰা নাই ।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …