মৰাণত চিপ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ: ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা

অসম সংবাদ, মৰাণ: মৰাণ কাছমাৰিত মৰিগাঁৱৰ যুৱকৰ মৃতদেহ ডিঙিত চিপলৈ ওলমি থকা অৱস্থাত উদ্ধাৰ। মৃত যুৱকজন দিলদাৰ হুছেইন (২৪)। কাছমাৰি এটা ভাড়াঘৰৰ কোঠাত পত্নীৰ উপস্থিতিতে ডিঙিত ফাঁচলৈ থকা অৱস্থাত দিলদাৰ হুছেইনৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মৰাণ থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অভিযান অব্যাহত ৰাখিছে।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …