ছয়গাওঁত শোকাৱহ পথ দুর্ঘটনা: থিতাতে নিহত এক, আহত এক

অসম সংবাদ, ছয়গাওঁ: ছয়গাঁৱৰ কুকুৰমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী আৰক্ষী কনিষ্টেবল ৷ নিহত আৰক্ষী কনিষ্টেবলজনৰ নাম ইদ্ৰিছ আলী ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মইনুল হক নামৰ এজন লোক। মইনুল হক এফ এ কলেজৰ ক্লাৰ্ক ৷ মেজিক আৰু বাইকৰ লগত মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় উক্ত দুর্ঘটনা। দুৰ্ঘটনাত পতিত মেজিকখনৰ নং AS01 DC 5440 আৰু বাইকখনৰ নম্বৰ AS 01 DQ 7435।

মন্তব্য

পঢ়িব পাৰে

বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম সংবাদ, বিশ্বনাথ চাৰিআলি: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগৰে পৰা বিগত চাৰি দশক ধৰি অসমৰ …