“অসম সংবাদ বসন্তৰাণী প্ৰতিযোগিতা”

“অসম সংবাদ বসন্তৰাণী প্ৰতিযোগিতা”

নিয়মাৱলী—

১) প্ৰতিযোগীসকলে(যুৱতী) কেৱল পৰম্পৰাগত সাজপাৰ পৰিধান কৰা ফটোহে আমালৈ প্ৰেৰণ কৰিব লাগিব ৷ সম্পাদনা কৰা ফটো আৰু কোনো ধৰণৰ চেলফী গ্ৰহণ কৰা নহব ৷
২) প্ৰতিযোগীসকলে ৩১ ব’হাগ(১৫ মে’) লৈকে ফটোসমূহ 8638108022 নম্বৰত হোৱাটচএপযোগে প্ৰেৰণ কৰিব পাৰিব । ফটোৰ লগত প্ৰতিযোগীয়ে নাম, বয়স আৰু সম্পূৰ্ণ ঠিকনা পঠোৱাটো বাধ্যতামূলক ৷
৩) বিবেচিত ফটোসমূহ fb.com/asomsangbad পেজত আপলোড দিয়া হব ৷ প্ৰতিযোগীসকলক ফটোসমূহৰ লাইক, শ্বেয়াৰ আৰু বিচাৰকৰ নম্বৰৰ ওপৰত ভিত্তি কৰি বিজয়ী ঘোষণা কৰা হব ৷
৪) ফটোসমূহত—
১ টা like= ১ টা ভোট
১ টা Share= ২ টা ভোট হিচাপে গণ্য কৰা হ’ব ৷
৫) এটা একাউন্টৰ পৰা এটাহে #share গ্ৰহণ কৰা হব । #অসম_সংবাদৰ পেজৰ পোষ্টটোৰ বাহিৰে অন্য কোনো পোষ্টত অহা লাইক আৰু শ্বেয়াৰ ভোটগণনাৰ বাবে গ্ৰহণযোগ্য নহব ।
৬) প্ৰতিযোগীসকলে ভোট দিবলৈ অনুৰোধ জনাই নিজৰ বন্ধুবৰ্গক পেজৰ পোষ্টত Mention আৰু Tag কৰিব পাৰিব ।
৭) প্ৰতিগৰাকী প্ৰতিযোগীৰ ওপৰত কৰ্তৃপক্ষই তীক্ষ্ণ নজৰ ৰাখিব ৷ কোনো প্ৰতিযোগীয়ে লাইকৰ সংখ্যা বঢ়াবলৈ অসৎ উপায় (যেনে-Auto Liker) অৱলম্বন কৰিলে লগে লগে প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিয়া হ’ব ৷
৮) প্ৰতিযোগিতাত বিজয়ী ১০ গৰাকীৰ ভিতৰত শ্ৰেষ্ঠ তিনি গৰাকীকহে পুৰস্কাৰৰ লগতে ফেশ্বন ফটো ষ্টুডিঅ’ কনচেপ্ট ষ্টুডিঅ’ৰ তৰফৰ পৰা বিনামূলীয়া ফটোশ্বুটৰ সুযোগ দিয়া হ’ব ৷ বাকী ৭ গৰাকী বিজয়ীয়ে লাভ কৰিব লটিঘটিৰ তৰফৰ পৰা অসমীয়া টি-চাৰ্টৰ লগতে অন্যান্য আকৰ্ষণীয় উপহাৰ ৷
৯) শেষত অসম সংবাদ কৰ্তৃপক্ষ আৰু বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচনা কৰা হ’ব ।

 

মন্তব্য