সাংস্কৃতিকী

নাট্য জগতত সংযোজন ঘটিল ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ

অসম সংবাদ,সৰ্থেবাৰী: কাঁহশিল্প নগৰী সৰ্থেবাৰীৰ পৰা আত্মপ্ৰকাশ ঘটিল এটি নতুন নাট্য দলৰ । যাত্ৰা দলক এক নতুন গতি প্ৰদানৰ লক্ষৰে আত্মপ্ৰকাশ ঘটা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ আনুষ্ঠানিক ভাৱে বুধবাৰে মুকলি কৰা হয় । যাত্ৰা দলক নতুন চিন্তা চৰ্চাৰে আগুৱাই নি দৰ্শকক ৰুচিশীল নাট প্ৰদান কৰাৰ লক্ষ্যৰে আত্মপ্ৰকাশ ঘটা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্য দলৰ আখৰা গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰে সু-সাহিত্যিক, চিন্তাশীল …

অধিক পঢ়ক »

কংকনাৰ বিস্ফোৰণ: চিনেমাজগতত শাৰীৰিক সম্পৰ্কৰ বাবেই সকলো পাগল

নিউজ ডেস্ক, অসম সংবাদ: বিতৰ্কৰে ভৰা চিনেমাজগত৷ সেয়া বলীউডেই হওক কিম্বা হলীউডেই হওক৷ জড়িত হৈ আছে এখন এন্ধাৰ জগত৷ বিভিন্ন সময়ত একাংশ অভিনেত্ৰীয়ে চিনেমাজগতত চলা শৰীৰৰ খেলখনক লৈ অভিযোগ কৰি আহিছে কেৰিয়াৰৰ প্ৰতি লক্ষ্য ৰাখি বহুতেই নিৰৱতা অৱলম্বন কৰি আহিছে৷ ইয়াৰ মাজতে শেহতীয়াকৈ মুখ খুলিছে বলীউডৰ হট গাৰ্ল কংকনা ৰানাৱটে৷ কংকনাৰ মতে চিনেমা জগতত কোনো কাৰো বন্ধু নহয়, শাৰীৰিক সম্পৰ্কৰ …

অধিক পঢ়ক »

নাৰায়ণপুৰত অসমীয়া ছবি ” মা ” ৰ শুভ মুহুৰত

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা,অসম সংবাদ: অসমীয়া কথাছবি জগতলৈ অন্য এক সংযোজন ।বিশিষ্ট নাট্যকাৰ মিলন মিচ্চা দেউৰীৰ কাহিনীৰে ,গীতিকাৰ নীল সাগৰৰ পৰিকল্পনাৰে আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত “মা” নামৰ এখন চুটি অসমীয়া ছবিৰ শুভ মুহুৰত আৰম্ভ হয় । পুনৰ এক সংস্কৃতিৰ পথাৰ খন জীপাল কৰি এক ৰসাল কাহিনী লৈ প্ৰায় অৰ্ধশতাধিক অভিনেতা–অভিনেত্ৰীক লৈ আজি এক মাণ্ডলিক কৰ্মৰে ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰি …

অধিক পঢ়ক »

দেৰগাঁৱত ফেচবুকৰ “অসমীয়া কবিতা চৰ্চা” গোটৰ কবি সন্মিলন: দেশৰ বাহিৰৰ বিভিন্ন ঠাইত শাখা গঠনৰ প্ৰস্তুতি

মাজুলীৰ পৰা প্ৰাঞ্জল খাউণ্ড,অসম সংবাদ: ফেচবুক ৰ জনপ্ৰিয় গোট “অসমীয়া কবিতা চৰ্চা” গোটৰ কবি সন্মিলন দেৰগাঁৱ শাখা সমিতিৰ উদ্যোগত দেৰগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । দিনৰ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটি হীৰুদাৰ ৮৭ সংখ্যক ওপজা দিন উপলক্ষে বন্তি প্ৰজলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা কবি -সাহিত্যিক দুলাল নেওগে ।ইয়াৰ পিছতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা …

অধিক পঢ়ক »

মহুৰামুখৰ শিশু শিল্পী সকলৰ বলিষ্ঠ অভিনয়েৰে মহাপুৰুষজনাৰ অমৰ সৃষ্টি “ভাওনা” আয়োজন

অসম সংবাদ,কমাৰগাঁও: মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমৰ সৃষ্টি ভাওনা হৈছে অসমীয়া জাতিৰ সংস্কৃতিক পৰিচয়স্বৰূপ। সেয়েহে গাঁৱে- ভূঞে, চহৰে- নগৰে আজিও বিদ্যমান ভাওনা । সৃষ্টিৰ পথাৰত কৃষ্টিৰ কঠিয়া সিঁচিবলৈ আগবাঢ়ি আহিছে কমাৰগাঁও উপকন্ঠ অঞ্চল মহুৰামুখৰ এদল শিশু । উল্লেখ্য যে আধুনিক যুৱ উশৃংখলতা পৰা শিশুসকলক আঁতৰাই ৰাখি এটা সৎ আৰু আধ্যাত্মিক পথৰ সন্ধান দিবলৈ অভিনয় প্ৰতি শিশুসকলক আগ্ৰহশীল কৰিবৰ বাবে, অভিনয় প্ৰতিভা …

অধিক পঢ়ক »

নৱম নাট্য বৰ্ষৰ প্ৰস্তুতি নয়নতৰা থিয়েটাৰৰ

শালবাৰীৰ পৰা লৱ কুমাৰ দাস, অসম সংবাদ: ভ্ৰাম্যমান নাট্য জগতলৈ বৰঙণি আগবঢ়াই অহা বাক্সা জিলাৰ নয়নতৰা থিয়েটাৰৰ অঞ্চলীস্থিত আখৰা গৃহত নৱম নাট্য বৰ্ষত আখৰাৰ শুভাৰম্ভ কৰি প্ৰস্তুতি চলাইছে দলটোৱে । নয়নতৰা থিয়েটাৰে এইবাৰ নৱম নাট্য বৰ্ষত ৰঞ্জীত দাসৰ ৰচিত “গুৰু দক্ষিনা”, সমৰেন্দ্ৰ বৰ্মনৰ “ৰাজপথৰ প্ৰেয়সী”, খগেন্দ্ৰ নাথ তালুকদাৰৰ “বিবাহ” আৰু সেৱাব্ৰত বৰুৱাৰ “ককাদেউতাৰ মৰম” নাট চাৰিখন লোৱা হৈছে বুলি প্ৰযোজক …

অধিক পঢ়ক »

ৰাগ ঐনিতমক প্ৰতাৰণা ৰাজশ্ৰীৰ

নিউজ ডেস্ক, অসম সংবাদ: অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত যেন এতিয়া চলিছে শনিৰ দশা ৷ এখনৰ পিছত এখন থিয়েটাৰৰ প্ৰযোজকৰ বিৰুদ্ধে অভিযোগ আনিছে অভিনেতা-অভিনেত্ৰীয়ে ৷ এইবাৰ অভিযোগ ৰাজশ্ৰী থিয়েটাৰৰ বিৰুদ্ধে ৷ অভিযোগ আনিছে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে ৷ উল্লেখ্য চলিত নাট্যবৰ্ষৰ বাবে ৰাজশ্ৰী থিয়েটাৰে চুক্তিবদ্ধ কৰিছিল ৰাগ ঐনিতমকে ধৰি ভালেকেইগৰাকী অভিনেতা-অভিনেত্ৰীক ৷ কিছুদিন পূৰ্বে এই ৰাজশ্ৰী থিয়েটাৰে খেলিমেলি কৰাৰ বাবে থিয়েটাৰখনৰ …

অধিক পঢ়ক »

থিয়েটাৰ ভাগ্যদেৱীৰ আখৰাৰ শুভাৰম্ভ

অসম সংবাদ, নলবাৰী: প্ৰয়াত শৰৎ মজুমদাৰৰ পৱিত্ৰ স্মৃতিত উৎসৰ্গিত তথা ৫১ তম নাট্যবৰ্ষত থিয়েটাৰ ভাগ্যদেৱীৰ অভিনৱ প্ৰস্তুতি আৰু বলিষ্ঠ পৰিকল্পনাৰে ১১ জুলাইৰ বিয়লি শুভ- নাট্যাৰাম্ভ কৰা হয় নলবাৰীৰ মৰোৱাৰ স্থায়ী আখৰাশিবিৰত। উদ্বোধনী অনুষ্ঠানত নাট্যকাৰ,পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মা, সতীশ দাসৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত প্ৰযোজক শুবোধ মজুমদাৰ দেৱে অসমৰ ৰাইজৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰাৰ লগতে থিয়েটাৰ ভাগ্যদেৱীক এইবাৰ দৰ্শকে ব্যতিক্ৰম …

অধিক পঢ়ক »

নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি

অসম সংবাদ, নলবাৰী: নলবাৰীৰ পানীগাঁওত আজি বৰদৈচিলা থিয়েটাৰৰ আখৰা গৃহ মুকলি কৰা হয়। ২১ তম বৰ্ষত উপনীত হোৱা বৰদৈচিলাৰ আখৰা গৃহ মুকলি কৰি নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক ডা: হিতেশ বৰুৱাই কয় যে এইবেলি নাটক, অভিনয় আদিৰ ক্ষেত্ৰত অভিনৱ সংযোজন ঘটা বৰদৈচিলা থিয়েটাৰে অসমৰ ভ্ৰাম্যমান নাট্য জগতত নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হব। নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত প্ৰযোজক নজৰুল …

অধিক পঢ়ক »

ৰুচি সম্পন্ন নাটেৰে বৰদৈচিলা থিয়েটাৰৰ বিশাল প্ৰস্তুতি

অসম সংবাদ, নলবাৰী: একৈশতম বৰ্ষত পদাৰ্পন কৰা নলবাৰীৰ বৰদৈচিলা থিয়েটাৰৰ আগন্তুক নাট্য বৰ্ষৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজহুৱা কৰিবলৈ নলবাৰী হৰি মন্দিৰত আজি এখন সংবাদ মেলৰ আয়োজন কৰে নাট্য দলটোৱে।সংবাদ মেলত উপস্থিত থাকি বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে আগন্তুক নাট্য বৰ্ষতো নাট্য দলটোৱে পূৰ্বৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৰুচি সন্মত নাটক দেখুৱাবলৈ সাজু হোৱাৰ কথা ব্যক্ত কৰে । জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘মন-ময়ূৰীৰ …

অধিক পঢ়ক »