নিয়োগ সংবাদ

উত্তৰ-পূৱ ৰেলেৱেত ১২৮৮ টা পদ খালী

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৮ ইউনিটত নিযুক্তি দিয়া হ’ব। ভিন্ন শিতানৰ মুঠ ১২৮৮ সংখ্যক শিক্ষানবিচৰ পদত নিযুক্তি দিয়া হ’ব। সবিশেষৰ বাবে চাওক— www.nfr.indianrailways.gov.in

অধিক পঢ়ক »

ডায়েটত ১৪৯ পদ খালী

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েটত আৱশ্যক হোৱা ভিন্ন বিভাগৰ প্ৰবক্তাৰ মুঠ ১৪৯টা খালী পদ ৷ আৱেদনৰ অন্তিম দিন ২৬ ডিচেম্বৰ,২০১৭ ।সবিশেষৰ বাবে চাওক— www.apsc.nic.in

অধিক পঢ়ক »

বিটিচিৰ স্বাস্থ্য বিভাগত ১৫ টা পদ খালী

বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিভিন্ন শিতানত মুঠ ১৫ টা পদ খালী ৷ আবেদনৰ শেষ তাৰিখ ১ ডিচেম্বৰ,২০১৭ ৷ সবিশেষৰ বাবে চাওক— http://csbbodoland.in/

অধিক পঢ়ক »

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত পদ খালী

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিভিন্ন শিতানত ৪ টা পদ খালী ৷ আবেদনৰ শেষ তাৰিখ ২২ ডিচেম্বৰ,২০১৮ ৷ সবিশেষৰ বাবে চাওক— http://aasc.assam.gov.in/

অধিক পঢ়ক »

ষ্টাফ নাৰ্ছৰ ৫০০ পদ খালী

ৰাজ্যৰ বিভিন্ন জিলাৰ চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ ষ্টাফ নাৰ্ছৰ ৫০০ পদ খালী ৷ আবেদনৰ শেষ তাৰিখ ১০ ডিচেম্বৰ,২০১৭ ৷ সবিশেষৰ বাবে চাওক— www.dhs.assam.gov.in

অধিক পঢ়ক »

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ত পদ খালী

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ত বিভিন্ন শিতানত পদ খালী ৷ আবেদনৰ শেষ তাৰিখ ২৩ নৱেম্বৰ,২০১৭ ৷ সবিশেষৰ বাবে চাওক— https://www.assamvacancy.in/k-k-handiqui-university-recruitment/

অধিক পঢ়ক »