বিবিধা

জিৰা কচু

দময়ন্তি নাথ সামগ্ৰী: আলুকচু এটা(সৰুকৈ টুকুৰা কৰি ল’ব) : গোটা জিৰা,গোটা ধনীয়া,গোটা জালুক একেলগে অলপমান খুন্দি ল’ব এক চামুছ :নৰসিংহ পাত ন খিলা : জলকীয়া পাউডাৰ আধা চামুচ : নিমখ আৰু হালধি আন্দাজমতে : ৰিফাইন তেল এচামুচ(ডাঙৰ চামুচেৰে) :সৰিয়হ এচামুচ প্ৰণালী:কেৰাহীত তেল গৰম কৰি কচুৰ বাহিৰে গোটেই সামগ্ৰীসমূহ দি অলপ সময় ভাজি কচু দি ভলদৰে মিলাই কম জুইত পোন্ধৰ মিনিট …

অধিক পঢ়ক »

ভেন্দিৰ বহুমুখী গুণাৱলী

ডা০ ভূপেন শইকীয়া আপোনালোকৰ বহুতৰ প্ৰিয় খাদ্য ভেন্দিৰ বিষয়ে কিমান কথা আপুনি জানে বাৰু ? সদায় দেখি থকা ভেন্দিৰ বৰণ সেউজীয়া ওপৰিও ৰঙচুৱাও হব পাৰে বুলি আপুনি জানেনে ? ভেন্দি ডায়েবেটিজত উপকাৰী বুলি হয়তো আপুনি শুনিছে – কিন্তু ভেন্দিৰ আৰু কি কি ঔষধীয় মাহাত্ব্য আছে জানেনে ? ভেন্দিৰ কেতিয়াবা আচাৰ বা চুপ বনাই খাইছেনে ? ভেন্দিৰ বৈজ্ঞানিক নাম হ’ল – …

অধিক পঢ়ক »

বাঁহৰ চুঙাত দিয়া গাহৰিৰ মাংস

অপূৰ্ব দাস উপকৰণ : ২৫০ গ্ৰাম ছাল আৰু হাড় নথকা গাহৰিৰ মাংস (গাহৰি মাসৰ সলনি হাড় নথকা কুকুৰাৰ মাংসও ল’ব পাৰে) , ১ টা নহৰু বতা, এটুকুৰা আদা বতা, নিমখ সোৱাদ অনুসৰি, গৰম মচলা বা মেগী মচলা ১ চামোচ, হালধি ১ চামোচ (নিদিলেও হয়), কলা জীৰাৰ গুড়ি ১ চামোচ,ধনিয়াৰ পাত এমুঠি , ১০ খিলা নৰসিংহৰ পাত, কাঁইট থকা বৰ ধনিয়াৰ …

অধিক পঢ়ক »

চুঙা পিঠা আৰু নাৰিকলৰ লাড়ু

অপূৰ্ব দাস পথাৰৰ সোণ গুটি চপাই ভঁৰালত থোৱাৰ পাছতেই আমাৰ অতি আদৰৰ ভোগৰ বিহু ভোগালী বা মাঘ বিহু আহি নঙলামুখ পায়হি৷ এই বিহু পিঠা আৰু লাড়ুৰ অবিহনে অসম্পূৰ্ণ ৷ দোমাহীৰ দিনা পুৱা গা-পা ধুই উঠি মেজিৰ উম লৈ লৈ পিঠা আৰু অন্য জলপানৰ সোৱাদ লোৱাৰ আমেজেই সুকীয়া ৷ সেয়েহে এইবাৰৰ ভোগালী বিহুটি পালন কৰিবলৈ মই আগবঢ়াইছো দুবিধ অসমীয়া জলপান – …

অধিক পঢ়ক »

ঔ টেঙাৰ আচাৰ

অপূৰ্ব দাস অসমত ঔ টেঙাৰ আচাৰ বহু জনপ্ৰিয় ৷  ইয়াৰ বৈজ্ঞানিক নাম Dillenia indica আৰু ইংৰাজীত Elephant Apple বোলে৷ ইয়াৰ বহু ঔষধি গুণ আছে ৷ পেটৰ ৰোগ যেনে- নিমখৰ লগত ঔ খালে  পেট কামোৰণি,পেটৰ অসুখ,পেট ফুলা,আভোক আদি পেটৰ অনেক ধৰণৰ সমস্যা দূৰ হয় ৷ মূৰত উফি হ’লে ঔটেঙাৰ বিজলেৰে মূৰ ধুলে ভাল হ’য়৷ ঔ টেঙাৰ আঞ্জাৰ সোৱাদ আমি অসমীয়াই হ’য়তো কেতিয়াও নাপাহৰিম ৷ এনে এবিধ …

অধিক পঢ়ক »

যুগৰ পৰিৱৰ্তন! ৱাটছএপ, মেছেঞ্জাৰে ল’লে গ্ৰীটিংছ কাৰ্ডৰ ঠাই

প্ৰাঞ্জল প্ৰতিম বৰা,বালিপৰা বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অভিনৱ আৱিষ্কাৰ হোৱাটছএপ, মেচেঞ্জাৰৰ গ্ৰাসত পৰি নৱবৰ্ষৰ প্ৰাকক্ষণত নষ্টালজিয়াত পৰিণত হৈছে গ্ৰীটিংছ কাৰ্ডবোৰ । নৱবৰ্ষত প্ৰিয়জনক সুন্দৰ লেখাৰ যোগেদি নতুন বছৰটো মংগলময় হোৱাৰ কামনা কৰি পূৰ্বতে মানৱে হাতত তুলি লোৱা গ্ৰীটিংছ কাৰ্ড এতিয়া বিলুপ্তিৰ পথত । এখন আটকধুনীয়া, অৰ্থপূৰ্ণ গ্ৰীটিংছ কাৰ্ড বিচাৰি পূৰ্বতে হাবাথুৰি খোৱা প্ৰতিজন ব্যক্তিয়ে এতিয়া নিজৰ এনড্ৰইড মোবাইলৰ সহায়ত হোৱাটচএপ, ফেচবুক, মেছেঞ্জাৰৰ যোগেদিয়েই …

অধিক পঢ়ক »

অ’ পকা বিলাহী —–আমাক অকন দিয়াহি : বিলাহীৰ বিষয়ে অনেক ৰোচক তথ্য !

ডা০ ভূপেন শইকীয়া অসমীয়া বিহু গীত, বিয়া নাম, জোৰা নাম,আধুনিক গীত সকলোতে বিলাহীৰ পয়োভৰ দেখা যায় ৷ বিলাহী হ’ল এবিধ বিশ্বত সৰ্বাধিক ভক্ষণ কৰা পাচলি ৷ বিলাহী ফল নে পাচলি তাকলৈ বিতৰ্কও হয় ৷ ইউৰোপৰ স্পেইনৰ বুনল (Bunol) নামৰ ঠাইত ১৯৪৪৷১৯৪৫চনৰ পৰা গালৈ পকা বিলাহী দলিওৱা এক উৎসৱ প্ৰতি বছৰে অন্তিমটো বুধবাৰে পালিত হৈ আহিছে ৷ ‘আদাক দেখিল উঠিল গা, …

অধিক পঢ়ক »

ইলিচ মাছৰ পাতৰি

সুস্মিতা আৰ্য উপকৰণ: ইলিচ মাছ,মিঠাতেল আধাকাপ,হালধি আৰু নিমখ পৰিমাণ অনুযায়ী,জলকীয়া,সৰিয়হ আৰু জিৰা বটা। প্ৰণালী: ইলিচ মাছ এটা টুকুৰা-টুকুৰকৈ কাটি লওঁক। তাৰপিছত সৰিয়ঁহ,জিৰা বটা,জলকীয়া,নিমখ আৰু হালধি সানি লওঁক। কেৰাহীত তেল দি মাছৰ টুকুৰাবোৰ দি ঢাকনী দি মাছ সিজিবলৈ দিয়ক। তেনেকৈ ১৫-২০ মিনিট কেৰাহীত ৰাখি নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

অধিক পঢ়ক »

চ’লে মছলা

-অংকুশমিতা ডেকা উপকৰণ কাবুলী চানা ২০০গ্ৰাম মিঠাতেল আন্দাজমতে পিয়াঁজ ৩টা বিলাহী ২টা আদা নহৰুৰ পেষ্ট ২চামুচ গৰম মছলা ২চামুচ জিৰা গুড়ি ২চামুচ জাবিত্ৰী অলপ মান ইলাচি ১টা জলকীয়া গুৰি ২চামুচ নিমখ, হালধি জোখমতে তেজপাত ১টা চ’লে মছলা ২চামুচ ধনিয়া পাত ১মুঠি প্ৰণালী প্ৰথমতে কেৰাহীত তেল দি তেজপাত, আদা, নহৰু আৰু পিয়াঁজৰ পেষ্ট দিয়ক।জুঁই কমাই ৰাখিব, নিমখ হালধি, জলকীয়া গুৰি, গৰম …

অধিক পঢ়ক »

মুৰ্গী মাংস আৰু লাইশাক

-অংকুশমিতা ডেকা  উপকৰণ মাংস আধা কিলো আলু ১টা(ডাঙৰ ) বিলাহী ২টা আদা নহৰু পেষ্ট ৪চামুচ গোটা জিৰা ১চামুচ ইলাচি ২টা স্টাৰ মছলা ১টা জাবিত্ৰী অলপ মান চিকেন মছলা ৩চামুচ ধনিয়া গুড়ি ২চামুচ গৰম মছলা ৩চামুচ জিৰা গুড়ি ২চামুচ জলকীয়া গুড়ি ২চামুচ কেচা জলকীয়া ২টা লং ২টা মিঠাতেল আধা কাপ লাই শাকৰ পাত ৫টা পিয়াজ ৪টা প্ৰণালী প্ৰথমতে মাংসখিনি ভালকৈ ধুই …

অধিক পঢ়ক »