দৈনিক সংৰক্ষণাগাৰ : February 5, 2018

মুখ্যমন্ত্ৰীৰ সমষ্টিত পুনৰ স্বাস্থ্য বিভাগৰ নগ্ন ৰূপ।স্বৰ্গ ৰথ নাপাই ঠেলাত আনিলে মৃত দেহ।

মাজুলীৰ পৰা ৰিদিপ বৰা,অসম সংবাদ: স্বৰ্গ ৰথ নাপাই ঠেলাত আনিলে মৃত দেহ। মাজুলী পতিয়া গাঁৱৰ চন্দ্ৰ বৰা নামৰ ৫৫ বছৰ বয়সৰ লোকৰ কমলাবাৰী চিকিৎসা লয় ত মৃত্যু হয়। পৰিয়াল লোকে চিকিৎসালয় কৰ্মী সকল লগত যোগ যোগ কৰাত দেৱালত লিখা আছে স্বৰ্গৰথ নম্বৰ। সেই নম্বৰ ফোন কৰা পাছতেই আহি পাই এখন এপে। পাছত স্বৰ্গ ৰথ কথা জানিব বিচৰাত কয় কালি এখন …

অধিক পঢ়ক »

চাপৰত অবৈধ খনন কাৰ্য: তিনিখন ডাম্পাৰসহ জব্দ এখন জেচিবি

অসম সংবাদ, চাপৰ: ধুবুৰী জিলাৰ চাপৰত বৃহৎ কৰ ফাকিৰে চলি আছে অবৈধ খনন কাৰ্য্য । একাংশ ইটা ভাতাই লাখ লাখ টকা ৰাজহ ফাকিৰে চলাই আছে অবৈধ খনন । তাৰফলত সোমবাৰে বিয়লি এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ ৰাজহ চক্ৰ বিষয়া নৱজিত পাঠকে অভিযান চলাই এখন JCB আৰু AS18 A 1458, AS G 4069 সহ তিনিখন ডাম্পাৰ জব্দ কৰে । জব্দ কৰা …

অধিক পঢ়ক »

সাংস্কৃতিক শোভাযাত্ৰাই চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ আৰম্ভ

চেঙাৰ পৰা মইদুল ইছলাম,অসম সংবাদ: বৰপেটা জিলাৰ পূৱ প্ৰান্তত অৱস্থিত একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান মধ্য কামৰূপ মহাবিদ্যালয়।আজিৰ পৰা মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছে। ছয় দিনীয়াকৈ অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহৰ প্ৰথম দিনা পুৱাই পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ হৰেন্দ্ৰনাথ তালুকদাৰে ।ইয়াৰ পাছত মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভাপতি ডঃ মদন চন্দ্ৰ দাসে শ্বহীদ তৰ্পণ কৰে।শ্বহীদ তৰ্পন পিছতেই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে …

অধিক পঢ়ক »

উত্তৰ শালমাৰাত শোকাৱহ পথ দুৰ্ঘটনা: নিহত ১

অসম সংবাদ, অভয়াপুৰী: উত্তৰ শালমাৰাৰ খগৰপুৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰাকে মহতিয়াই নিলে টেম্প’ ৷ থিতাতে নিহত এজন টেম্প’ আৰোহী ৷ এজনৰ অৱস্থা সংকটজনক ৷ নিহতজনৰ নাম হৰেন ৰাভা (৪২) ৷ আহতজনৰ নাম ভদ্ৰেশ্বৰ ৰাভা (৪৪) ৷ টেম্প’ৰ নং AS 19 C 1597 ৷ দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকৰ পলায়ন

অধিক পঢ়ক »

যোগীঘোপাৰ কয়লা ব্যৱসায়ীক গুলীওৱাৰ ঘটনা: তিনি অভিযুক্তক ৪ দিনৰ জিম্মালৈ

অসম সংবাদ, যোগীঘোপা: যোগীঘোপাৰ কয়লা ব্যৱসায়ী আজমূল হকক ৩ ফেব্ৰুৱাৰীৰ নিশা গুলীওৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাবু শৰ্মা, অহিদুল ইছলাম আৰু জাহানুদ্দিনক উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত আজি আৰক্ষীয়ে হাজিৰ কৰায় । আৰক্ষীয়ে ৭ দিনৰ সোধা-পোছাৰ বাবে আচামী কেইজনক নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

অধিক পঢ়ক »

কলিয়াবৰত বন্যহস্তীৰ মৃত্যু: বিষক্ৰিয়াৰ সন্দেহ

কলিয়াবৰৰ পৰা দীপু বৰা, অসম সংবাদ: কলিয়াবৰৰ টপাহলাত বনৰীয়া হাতীৰ মৃত্যু । নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এজাক হাতী পুৱা উভতি যোৱাৰ পথতে জাকটোৰ এটা মাইকী হাতীৰ মৃত্যু হয় । হাতীটোৰ বয়স ১৫ বছৰ মান হ’ব৷ এজাক হাতীৰ মাজৰ পৰা কি কাৰণত এটা হাতীৰ মৃত্যু হ’ল তাকে লৈ স্থানীয় ৰাইজৰ মাজত চৰ্চা হৈ পৰিছে । বন বিভাগৰ লোকে …

অধিক পঢ়ক »

নাগালেণ্ড বিজেপিত বিদ্ৰোহৰ উকমুকনি : মন জিলাৰ আঠ হেজাৰ ক্ষুব্ধ বিজেপি সমৰ্থকৰ নিৰ্বাচন বৰ্জনৰ ভাবুকি : মোডীলৈ পত্ৰ

ডিমাপুৰৰ পৰা মণ্টুচ্ কোঁৱৰ, অসম সংবাদ: সমাগত ত্ৰয়োদশ নাগালেণ্ড বিধানসভা;নিৰ্বাচনৰ বাবে বিজেপিয়ে দলীয় প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰা পূৰ্বে কালি মন জিলাত নিজৰ নেতাক টিকটৰ পৰা বঞ্চিত কৰাৰ বাবে প্ৰায় ৮ হেজাৰ ক্ষুব্ধ বিজেপি সমৰ্থকে এক জৰুৰী সভা অনুষ্ঠিত কৰি জিলা বন্ধ আৰু নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়া ঘটনাই নাগালেণ্ডৰ ৰাজনীতিত পুনৰ নতুন পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৪৬ নং মন সমষ্টিত প্ৰায় …

অধিক পঢ়ক »

বালিপৰাত মহিলাৰ ৰহস্যজনক মৃত্যু: চাৰিজনক আটক

তেজপুৰৰ পৰা অপুৰ্ব বৰা,অসম সংবাদ: শোণিতপুৰৰ বালিপৰাত এগৰাকী মহিলাৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শোণিতপুৰ জিলাৰ বালিপৰাত যোৱা ২৭ জানুৱাৰীত বালিপৰাৰ দীঘলী বালিজান গাঁত নিকি সিং নামৰ এগৰাকী মহিলা নিজ বাসগৃহত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈছিল। প্ৰথম অবস্থাত ইয়াক অাত্মহত্যাৰ চেষ্টা চলোৱাৰ ৰূপ দিছিল স্বামীগৃহৰ লোকে। এই ঘটনা সম্পূৰ্ণৰূপে গাপ দিয়াৰ চেষ্টা চলাইছিল নিকিৰ স্বামী পাপু …

অধিক পঢ়ক »

মৰাণত বনৰজাৰ আক্ৰমণত আহত তিনি

অসম সংবাদ, মৰাণ: মৰাণত বনৰজাৰ সন্ত্ৰাস। তিনিজন তৈল সন্ধানকাৰী কৰ্মীক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে বন ৰজাই। আহত তিনিজন হ’ল-মৰাণ ফটিকাচোৱাৰ প্ৰাঞ্জল চুতীয়া(১৯), তিনিচুকীয়াৰ জগত গোঁহাই(৩৮)আৰু মাহমৰা কুণ্ডাৰুৰ মনি বৰুৱা(৪০)৷

অধিক পঢ়ক »

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত এন ডি এফ বি (এছ)ৰে আৰক্ষী-সেনাৰ সংঘৰ্ষ

অসম সংবাদ, চিৰাং: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমগুৰিত এন ডি এফ বি (এছ) সৈতে আৰক্ষী-সেনাৰ মুখামুখী সংঘৰ্ষ । সংঘৰ্ষত NIA ৰ এজন মোষ্ট ৱাণ্টেড এন ডি এফ বি (এছ) ৰ কমাণ্ডাৰ নিহত ।নিহতজনৰ নাম জাউলাং । সংঘৰ্ষ স্থলীৰ পৰা সেনা-আৰক্ষীৰ দলটোয়ে এটা 7.65 পিষ্টল, এটা .22 পিষ্টল আৰু এটা শক্তিশালী হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে । কালি নিশা এক বিশেষ গোপন সূত্ৰৰ …

অধিক পঢ়ক »