দৈনিক সংৰক্ষণাগাৰ : February 9, 2018

বিহালী সংৰক্ষিত বনাঞ্চলত বন্যহস্তী নিধন : বখলা বখলে কাটি নিলে মঙহ

অসম সংবাদ, বিহালী: বিহালী সংৰক্ষিত বনাঞ্চলৰ নাহৰজান বন নিৰাপত্তা শিবিৰৰ ১০০ মিটাৰ দুৰত্বতে অৰুনাচলী লোকে দিনদুপৰতে এটা বন্যহস্তী হত্যাকৰি বখলা বখলে মাংস কাটি লৈ যায় ৷ এই ঘটনাই পুনৰবাৰ বনাঞ্চল সুৰক্ষাৰ ফোপোলা স্বৰূপটো উদঙাই দেখুৱাইছে। অৰুনাচল আগ্ৰাসন প্ৰতিৰোধ সমিতিয়ে এই জঘন্য ঘটনাৰ গৰিহণা দি অতিশীঘ্ৰে এইঘটনাৰ লগত জড়িত অৰুনাচলী দুষ্কৃতিকাৰি সকলক গ্ৰেপ্তাৰৰ দাবী জনাই৷ লগতে পুব শোণিতপুৰ বনসংমণ্ডল প্ৰাধিকাৰী আৰু …

অধিক পঢ়ক »

ৰঙিয়া প্ৰেছ ক্লাবত “জীৱনৰ আদৰ্শ আৰু এখোজ” আৰু “মই পংকজ নহওঁ, অজয়হে ” গ্ৰন্থ  দুখনৰ উন্মোচন

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ,অসম সংবাদ:মধ্য পাণ্ডুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক তথা  ৰঙিয়াৰ বিশিষ্ট লিখক ফনীধৰ নাথৰ নৱতম  প্ৰকাশিত প্ৰবন্ধ সংকলন জীৱনৰ আদৰ্শ আৰু এখোজৰ লগতে মই পংকজ নহয় অজয়হে শীৰ্ষক গ্ৰন্থ দুখন আজি ৰঙিয়া প্ৰেছ ক্লাবৰ সভাকক্ষত অনুষ্ঠিত গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়।ৰঙিয়া প্ৰেছ ক্লাৱৰ উপ সভাপতি মুস্তাফা কামাল আহমেদে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট নিবন্ধ লিখক অৱসৰ …

অধিক পঢ়ক »

চেঙাৰ ভোগেৰপাৰত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি পৰিদৰ্শন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ

চেঙাৰ পৰা মইদুল ইছলাম, অসম সংবাদ: বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ভোগেৰপাৰ গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনি পৰিদৰ্শন কৰিবলৈ আজি গাঁওখনত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি বৰ্গৰ এটি দল।বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে আঁচনিসমূহ কিমান সঠিক ভাবে ৰূপায়ণ হৈছে তাৰ বুজ লয়।প্ৰতিনিধি দলটোত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত …

অধিক পঢ়ক »

সৰুপথাৰত পথ দুৰ্ঘটনা: আহত ৬

নিউজ ডেস্ক, অসম সংবাদ: সৰুপথাৰৰ ছেৱাগুৰিত পথ দূৰ্ঘটনা সংঘটিত হৈছে । দেৰগাৱৰ আহোম পথাৰত অনুষ্ঠিত শংকৰ সংঘৰ অধিৱেশনৰ পৰা উভতাৰ পথত ধনশিৰি জিলা সমিতিৰ সভাপতি গুনিৰাম বড়োয়ে চলাই অহা গাড়ী দূৰ্ঘটনাগ্ৰস্ত হয় ৷ গুনিৰাম বড়োসহ ছয়জন লোক আহত হয় ৷ আহত কেইজন হল ক্ৰমে তেওঁৰ জীয়েক চায়াশ্ৰী বড়ো, খুলশালী দিলীপ বৰুৱা, তেওঁৰ পত্নী মমী বৰুৱা, জীয়েক দৰ্শিতা বৰুৱা আৰু পুত্ৰ …

অধিক পঢ়ক »

পঞ্চভূতত বিলীন হ’ল জীৱনৰ স’তে হাৰ নমনা ছাত্ৰনেতা সিদ্ধাৰ্থ

অসম সংবাদ, বৰভাগ: অসংখ্য গুণমুগ্ধৰ উপস্থিতিত আজি শেষকৃত্য সম্পন্ন কৰা হ’ল আছু নেতা সিদ্বাৰ্থ ডেকাৰ । বৰভাগৰ ক্ষুদ্ৰডিংডিঙি নিবাসী জ্যোতিষ ডেকাৰ জ্যেষ্ঠ পুত্ৰ সিদ্বাৰ্থ বিগত এমাহ ধৰি মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দুয়োটা বৃক্ক বিকল হৈ চিকিৎসাধীন হৈ আছিল । বৃহস্পতিবাৰে আবেলি ৪.৪০ বজাত মৃত্যুক আকোৱালি লোৱা সিদ্বাৰ্থৰ নশ্বৰ দেহ আহি নিজ গৃহত আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ …

অধিক পঢ়ক »

বিনা বেতনেৰে শিক্ষাদান কৰাৰ অঙ্গীকাৰ কৰা এজন মহান শিক্ষকৰ কথাৰে

চাবুৱাৰ পৰা ডেভিদ বৰুৱা, অসম সংবাদ: একোগৰাকী শিক্ষকৰ জীৱন পৰিক্ৰমাই মানুহক অনুপ্ৰাণিত কৰে ৷ এগৰাকী শিক্ষকৰ পৰা পোৱা অভিজ্ঞতা,জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল হ’বলৈ বাধ্য কৰে৷ এগৰাকী লোকক জীৱনৰ আদি পাঠ শিক্ষকেই দিয়ে৷ বুৰঞ্জী আৰু মানৱ সভ্যতাৰ সাঁকো স্বৰূপ শিক্ষকসকল ৷ শিক্ষকৰ আদৰ তাহানিও আছিল আজিও আছে৷ কিন্তু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ আদৰৰ কথা বৰ্ণনা কৰিব নোৱাৰি ৷ শিক্ষকক মানৱ সম্পদ …

অধিক পঢ়ক »

সৰভোগৰ চকচকাত পথ অৱৰোধ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, অসম সংবাদ: সৰভোগ-কলগাছিয়া ভট্টদেৱ পথ পুনৰ নিৰ্মাণৰ দাবীত এই পথ অৱৰোধ। চকচকাৰ ৰাইজৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ২ ঘন্টীয়া কাৰ্যসূচীৰে চলি থকা এই পথ অৱৰোধত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰো অংশ গ্ৰহণ কৰে ৷ বৰপেটা জিলাৰ সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰভোগ-কলগাছিয়া ভট্টদেৱ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা আৰু বাকী থকা জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ …

অধিক পঢ়ক »

তেজপুৰৰ ৰাজপথত হৰিহৰ যুদ্ধ

তেজপুৰ পৰা অপুৰ্ব বৰা,অসম সংবাদ:উষা অনিৰুদ্ধ ,হৰি হৰ যুদ্ধৰ স্মৃতি বিজড়িত তেজপুৰ চহৰ ।তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্ত সিঁচৰিত ইতিহাস তুলি ধৰিছে তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে তেজপুৰ ৰাজপথত । তেজপুৰ মহাবিদ্যালয়ৰ “মহাবিদ্যালয় সপ্তাহ” লগত সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই তেজপুৰবাসীক মুহিত কৰে ।

অধিক পঢ়ক »

নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ২৯ গৰাকী প্ৰাৰ্থীৰ মনোনয় পত্ৰ নাকচ

ডিমাপুৰ পৰা মণ্টুচ্ কোঁৱৰ অসম সংবাদ: ত্ৰয়োদশ নাগালেণ্ড বিধানসভাৰ ৬০ খন আসনৰ অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে কালি দাখিল কৰা ২৫৭ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। ইয়াৰে ২৯ গৰাকীৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ বিভিন্ন ত্ৰুটি থকাৰ বাবে নাকচ কৰা হয় । আজি নাগালেণ্ডৰ নিৰ্বাচন আয়োগে ২৫৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২২৭ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বৈধ বুলি ঘোষণা কৰে। আনহাতে অহা …

অধিক পঢ়ক »