ডিমৌত কাঠভৰ্তি ৪ খনকৈ ট্ৰাক জব্দ

অসম সংবাদ,ডিমৌ: যোৱা নিশা শিৱসাগৰ জিলাৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৩৭নং ঘাইপথ ডিমৌৰ বামুণপুখুৰীৰ অঞ্চলত অৰুনাচলৰ পৰা চাৰিখনকৈ বৃহৎ সংখ্যক কাঠ কঢ়িয়াই অনা ট্ৰাক জব্দ কৰে ৷ ট্ৰাক কেইখনৰ লগকে চালক কেইজনকো আৰক্ষীয়ে আটক কৰে ৷ আটক কৰা ৪খন কাঠ ভৰ্ত্তি ট্ৰাক আৰু চালক সকলক বৰ্তমান ডিমৌ আৰক্ষী থানাত ৰখা হৈছে ৷ ট্ৰাক কেইখনৰ নম্বৰ সমূহ ক্ৰমে As01GC9626, AS01GC9627, AS01GC9628 আৰু AS01FC5579 ৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …