বন্দিনী

ডেইজী চৌধুৰী

 জেঠমহীয়া দুপৰীয়া এটাত 
তোমাৰ ঘামি থকা মুখলৈ চাই 
যেতিয়া কৈছিলো মই তোমাক ভালপাওঁ
ভবা নাছিলো বন্দী হৈ ৰ’ব লাগিব 
চিৰদিনৰ বাবে তোমাৰ ওচৰত।
তোমাৰ ইচ্ছাৰ বিৰুদ্ধে মাত মতাৰ
অধিকাৰ হেৰুৱাই আজি ভাবিছো
মই সজাঁৰ বন্দী হৈছো কেতিয়াবাই।

 

                  

মন্তব্য

পঢ়িব পাৰে

মৃত্যু

মনু আপোনজনৰ মৃত্যু নহয় মাথোঁ দেহা নাথাকে ধৰণীত বুকুত জ্বলে চিতাৰ অগনি কবৰস্ত হয় হৃদয়ত …