অসমৰ মহিলা বক্সাৰৰ সাফল্য: লাভলিনা-ফাইলাওৰ স্বৰ্ণ

নিউজ ডেস্ক, অসম সংবাদ: অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুঃসংবাদ৷ অপেন আন্তঃৰাট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যৰ দুগৰাকী মহিলাই জিনিলে বক্সাৰৰ স্বৰ্ণ পদক৷ বক্সাৰ দুগৰাকী হৈছে লাভলিনা বৰগোঁহাই আৰু ফাইলাও বসুমতাৰী৷ ফাইনেলত ফাইলাওৱে থাইলেণ্ডৰ খেলুৱৈক
পৰাস্ত কৰাৰ বিপৰীতে ভাৰতৰে পূজাক হৰুৱাই স্বৰ্ণ জিনিলে লাভলিনাই৷ আনহাতে অসমৰে আলাৰী বড়োৱে দখল কৰে ব্ৰঞ্জৰ পদক৷

মন্তব্য

পঢ়িব পাৰে

কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত দুজন আহত

অসম সংবাদ, কলিয়াবৰ: কলিয়াবৰত বন্য হস্তীৰ আক্ৰমণত দুজন আহত । শাকমঠী বাগানত যোৱা কালি নিশা …