আই চি চি ১৯ অনূৰ্ধ্ব বিশ্বকাপ: চতুৰ্থবাৰৰ বাবে চেম্পিয়ন ভাৰত

নিউজ ডেস্ক, অসম সংবাদ: আই চি চি ১৯ অনূৰ্ধ্ব বিশ্বকাপত ইতিহাস সৃষ্টিৰে ভাৰত চতুৰ্থবাৰৰ বাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে৷ আজি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰে৷ জয়ৰ বাবে অষ্ট্ৰেলিয়াই বান্ধি দিয়া ২১৬ ৰাণ ভাৰতে মনজৎ কাৰলাৰ শতকৰ সহায়ত দুটা উইকেট হেৰুৱাই ৩৮.২ টা বলতে অতিক্ৰম কৰে৷ মনজৎ মেন অব দা মেটচ বিবেচিত হয়৷

মন্তব্য

পঢ়িব পাৰে

জাঁ‌জীত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল গেছ টেংকাৰ

জাঁ‌জীৰ পৰা ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য, অসম সংবাদ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাৰ অন্তৰ্গত জাঁজী কঠালগুৰিৰ ৩৭ নং …