ডিমৌ থানাৰ পৰা পলাতক আচামীক গ্ৰেপ্তাৰ

অসম সংবাদ,ডিমৌঃ ডিমৌ থানাৰ পৰা পলাতক আচামীক গ্ৰেপ্তাৰ। সোণাৰীৰ চফ্ৰাইৰ পৰা গ্ৰেপ্তাৰ কুখ্যাত অপৰাধী ইক্ৰাম আলি ওৰফে বদঙক। ডিমৌ থানাৰ অ চি ভবেন দিহিঙীয়াৰ নেতৃত্বত যোৱা দলটোৰ এই সফলতা। ১ ফেব্ৰুৱাৰীত ডিমৌ থানাৰ পৰা পলায়ণ কৰিছিল বদঙে। উক্ত ঘটনাৰ বাবে চাকৰিৰ পৰা নিলম্বিত হৈছিল পূৰ্বৰ অ চি ৰহিমুদ্দিন আহমেদ।

মন্তব্য

পঢ়িব পাৰে

ৰং ভাবনা অনুষ্ঠান পালন নলবাৰী জিলা ছাত্ৰ সন্থাৰ

অসম সংবাদ, নলবাৰীঃ কলাশিল্পৰ অন্যতম পূজাৰী অসম খ্যাত গুৰুজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱসৰ লগত …