চলন্ত ৰেলৰ পৰা সন্ধানহীন যাত্ৰী

অসম সংবাদ,লামডিং: অসমত সুৰক্ষিত নহয় এতিয়া ৰেল ৰেল যাত্ৰী ৷ পুনৰ ৰেলৰ পৰা যাএী নিৰুদেশ ৷ উজনিমুৱা বিবেক এক্সপ্ৰেছ ৰেলৰ পৰা জাগীৰোড আৰু লামডিংৰ মাজত সন্ধানহীন লামডিংৰ ৰাজীৱ দত্ত ৷ বহি:ৰাজ্যৰ কেৰেলাত কৰ্মৰত আছিল ৰাজীৱ দত্ত ৷ দুই বন্ধুৰ সৈতে দুমাহ পাছত কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছত ঘৰলৈ উভতাৰ সময়ত জাগীৰোড আৰু লামডিংৰ মাজত পুৱতি নিশা সন্ধানহীন হয় যুৱকজন ৷ যুৱক জনৰ লগত নগদ টকা আৰু এটা মবাইল ফোন আছিল ৷ লামডিং ৰেল আৰক্ষীক এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

মন্তব্য

পঢ়িব পাৰে

শুৱালকুছিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শুৱালকুছিৰ পৰা মৃদুল প্ৰীতম ডেকা, অসম সংবাদ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। …