পেট্ৰল,ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত তালাপ-ছৈখোৱাত জ্বলিল ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি

অসম সংবাদ,তালাপ: নৰেন্দ্ৰ মোদীৰ চৰকাৰে অতি কৌশলেৰে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি নি সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ সময়ত চৌদিশে নাগৰিক প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হোৱাৰ সময়ত তালাপ আৰু ছৈখোৱাত পেট্ৰলীয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই তালাপত আৰু ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই ধলা বজাৰত সুকীয়াকৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ছৈখোৱাত আছুৰ সমিতিখনৰ সৈতে স্থানীয় অটো চালক সন্থায়ো সহযোগ কৰে৷

মন্তব্য

পঢ়িব পাৰে

ডিমৌত পৃথকে পৃথকে দুটা পথ দুর্ঘটনা: নিহত দুই, আহত তিনি

অসম সংবাদ, ডিমৌ: একেদিনাই দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গল শিৱসাগৰ জিলাৰ ডিমৌ। শনিবাৰে পুৱা ডিমৌ …